ৰাগ ।। আশােৱালী
ধ্রুং: -
ভয়াে ভাই সাৱধান, যাৱে নাহি ছুটে প্রাণ।
গােৱিন্দৰ ফৰমান, নিকটে মিলাৱে জান।।
পদ:-
জীৱন যৌৱন থােৰ। সবে মায়াময় ছােড় ।।
দুখ সব কৰু দূৰ। হৰিপদে মন জোড় ।।
তেজু সব অভিলাষ। দূৰ কৰু মায়াপাশ।।
হৰিপদে কৰু আশ। কহয় মাধৱ দাস।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1555 reads