ৰাগ - গৌড়ী
ধ্ৰুং - দেখ দেখ আৱত ৰঘু ৰণ জিনা৷
কত ধৱনিত ধিক-চিনা
অনুজ জানকী কৌশল্যাসুত
চকিত লোচনি লীনা৷৷
পদ - দশৰথ সুত বচন কাৰন কানন বনতায়া৷
পঞ্চবটী বিচোৰিতাগ মাৰিচ মৃগমায়া৷৷
বালী প্ৰমত্ত যোজন শত সাগৰে বান্ধল সেতু৷
লংকাপতি দশশিৰ ঘাতি সুৰনৰ প্ৰিয় হেতু৷৷
মংগলফল লোচন তল দন্দ দুন্দুভি বায়া৷
মাধৱ দাস জাই জগন্নাথ ৰাম অযোধ্যাত ৰায়া৷৷
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1623 reads