ৰাগ - কৌ
ধ্ৰুং- চল ৰে চল বন্ধু উদ্ধৱ হে
মেৰি সুমৰি গােকুল মন দহে।
গােপী আকুল হামু বিৰহে।।
পদ- সুমৰি সুমৰি মন ঝুৰয় ঘন ঘন
ধৰিতে নপাৰো হিঅ।
হামাত নিত নিত সুম্পি প্রাণ চিত্ত
সয়ল গােপিনী ধৰে জীৱ।।
পুত্ৰ পৰিবাৰ ছাড়ল নিৰন্তৰ
হামাতে কয়ো পতি আশ।
মাধৱ দাস দীন কহ্য় ভকতিহীন
হোঁ হৰি দাসকু দাস।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1843 reads