ৰাগ ।। সুহাই
ধ্রুং: -
গােপীনাথ গােহাৰি কৰােহোঁ তুৱা পায়া।
সেৱক বুলিয়া কৰহু দায়া।।
পদ:-
মৰিয়ে বিষয় বিষ পানে।
ভকতি অমিয়া মাগোঁ দানে।।
অজ্ঞান তিমিৰে ভৈলাে অন্ধ।
ছােড় প্রভু ওহি মােহবন্ধ।।
কহয় মাধৱদাস দীনে।
প্রেম ভকতি ৰতি হীনে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1230 reads