|| ঘোষা ||:
ৰাগ ।। আশােৱাৰী
ধ্ৰুং - মজি ৰহু মেৰি মন
হৰিগুণ অপাৰ আনন্দ সিন্ধু ৰস মাজে।
হৰি বিনে আন আশা
কৰসি কমন কাজে।।
|| পদ ||:
পদ- যােহি তনু আপুন মানস মন ভাই।
অনন্তকালে সােহি সংগহি নাযায়।।
সব বাটোৱাৰী সুহৃদ নাম হােই।
ইহ-পৰলােকে হৰত বিত্ত সােহি।।
যত দেখু আৱৰি তনয় বিত্ত জায়া।।
আৱাগমন কাৰণ সৱ মায়া।।
কহয় মাধৱ শুন মেৰি মন আন্ধা।।
হৰি বিনে আৱৰ ছােড়হ সব ধান্ধা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1309 reads