|| ঘোষা ||:
ৰাগ ।। ধনীশ্ৰী
ধ্রুং - শাৰংগপাণি পাহে পামৰমতি হামি।
নিৰয়-নিৱাৰ আৱৰি নাহি হেৰােহোঁ।
বিনে চৰণ তযু স্বামী।।
|| পদ ||:
পদ- জৰা মৰণ মেৰি নিকটহি আয়া
কায়া পড়ত কেতি বেৰি।
কৰতহু পাপ সমাপন আৱি
ভাবি চৰণ না তেৰি।।
দেখহু খীণ দিন দিন দেহা।
আধি ব্যাধি বিঘাত।
অন্তকালে গতি মেৰি কমলাপতি
শংকৰ কৰু প্রণিপাত।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2371 reads