|| ঘোষা ||:
ৰাগ ।। গৌড়ী
ধ্রুং - সেৱহু মন মাধৱ অব বিছুৰি বিষয় পাশা।
ভাৰতে পুনু মানৱী তনু আৱৰি নাহি আশা।।
|| পদ ||:
পদ- দেখত দিন জীৱন ক্ষীণ নিকট ভয়ো মৰণা।
গোৱিন্দ পদপংকজ বিনু তাৰক নাহি আনা।।
মাধৱ দাস কহয় শুন পামৰু মন আন্ধা।।
ৰামক নাম লেহু সদাই ছাড়হু সৱ ধান্ধা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1885 reads