|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্রুং - হৰি হাসি বংশী বায়, বংকিম নয়নে চায়।
শিথিল গনমে ধায়, ঝুৰয় নূপুৰ পাই।।
|| পদ ||:
পদ- ৰূপে ভুৱন মােহে গলে গজমতি লােহে।
অলক তিলক শােহে বছৰু চাৰিতে ৰােহে।।
ঈষত মধুৰ হাস শােহে তনু পীতবাস।
কহয় মাধৱ দাস ছােড় প্রভু মােহ পাশ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1405 reads