ৰাগ - আশােৱাৰী
ধ্ৰুং-
গােৱিন্দকু ৰাধা বােলত বাণী।
খায়া লাগি গােৱাৰীক ঠামে
হামাক দোষ বখানি।।
পদ-
হােই অচেতন থিক কদম্ব তলে
হামু পাৱলো লাগ।
চোঞ্চা মাৰি ভূষণ নাহি লেলহ
থিক তােহাকেৰি ভাগ।।
ভুষণ প্রাণ হামু তেৰি ৰাখলো
হামাৰি ঐছন দোষ।
হামু বাত পুছিতে নাহি উত্তৰ
ৰহলি কয়ে থােস মােস।।
জননীক ভয়ে লুকি দিয়া ফিৰত
গােৱাৰীক ডেৰা সােমাই।
হামাকু আগু খেলাৱত ঐছন
চাতুৰী ভূষণ পাই।।
হামু যব চোৰ হঞো কতি দেলহো
তােহাৰি জননীক আগ৷
কহতু মাধৱ ৰাধা গােৱিন্দক
প্রেম চাতুৰী অনুৰাগ।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1554 reads