|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্রুং - হৰিপদপংকজ মেৰি মনাই।
চিত্ত চিন্তহু হৃদি মিলাই।।
|| পদ ||:
পদ- দুখভঞ্জন ভৱতৰণী।
হৰিভকতৰ এ চিন্তামণি।।
হৰিচৰণ শৰণ বিনা।।
গতি নাহি নাহি মতিহীনা।।
সুৰ শংকৰ যাকৰু সেৱা।
দেখাে সাে পুনু দেৱকু দেৱা।।
দীন মাধৱ মূৰুখমতি।
কহে হৰিকে পৰমগতি।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1467 reads