|| ঘোষা ||:
ৰাগ ।। মাহুৰ
ধ্রুং - মেৰাে মাই ওহাে যশােৱা |
আজু হামু বৰহী ভুখাৰী।
যাে কিছু লৱণু হামাকু দেলহ
নাহি খাৱলাে সােহি ৰুখাৰী।।
|| পদ ||:
পদ-
হামু বিহানত খেৰি খেলাৱত
আজু কিছুৱে নাহি খাৱতৰি।
তুমহি হামাকু নাহি ডাকল মাই
ভুখহি বৰ দুখ পাৱতৰি।।
খালি উদৰে হৰি হাত নিৱেশিয়ে
দেখত বােলত বাণী।
আপুন তনয়কহু দুখ পেখিয়ে মাই
নয়নে জুৰাৱত পানী।।
পুত পুত বুলি আঞ্চলে মােচল
শ্যাম শৰীৰক ধূলি।
মেৰা বাপ বুলি ক্ষীৰ পিয়াৱত
বাহু মেলি কোলে তুলি।।
যােহি নিত্যানন্দ সুখহি সম্পূর্ণ |
সাে হৰি মানুষ ভাৱতৰি।
যশােৱাকু তনপানহি সন্তোষ
দীন মাধৱ ৰস গাৱতৰি।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1870 reads