ৰাগ - মাহুৰ
ধ্ৰুং- গােপিনী প্রাণ কাহানু গেয়ো ৰে গােৱিন্দ।
হামু গোপিনী পুনু পেখবো নাহি আৰ
সােহি বদন অৰবিন্দ।।
পদ- কমন ভাগ্যৱতী ভয়ো ৰে সুপৰভাত
আজু ভেটব মুখ-চন্দা।
উগত সূৰ দূৰ গেয়ো ৰে গােৱিন্দ
ভয়ো গােপপুৰ অন্ধা।।
আজু মথুৰাপুৰে মিলব মহােৎসৱ
মাধৱ সাধৱ মান।
গােকুলক মঙ্গল দূৰ গয়াে, নাহি
বাজত বেণু বিষাণ।।
আজু যত নাগেৰী কৰত নয়ন ভৰি
মুখপঙ্কজ মধুপানা।।
হামাৰি বঙ্ক বিধি হাতে হৰল নিধি
কৃষ্ণকিঙ্কৰ ৰস ভাণা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1745 reads