|| ঘোষা ||:
ৰাগ ।। ধনী
ধ্ৰুং -নাৰায়ণ চৰণে কৰোহোঁ গােহাৰি।।
বিষয়-বিলাস-পাশে ছান্দি ইন্দ্রিয় মােহি
ওহি লুটে বাটোৱাৰী।।
|| পদ ||:
পদ- নাসা গন্ধ মধুৰ ৰস ৰসনা।
শ্ৰৱণে বিবিধ ধ্বনি ধাই।
নয়নে ৰূপ পৰশ ত্বচ চাহে
কাহে ভজোহোঁ পহু পাই।।
কাম ক্রোধ মদ মান মােহ মেৰি
ঐসব বৈৰী বিশাল।
শংকৰ কহ পহু তুহু বিনে নাহি আৰ
সেৱকপাল গােপাল।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1948 reads