|| ঘোষা ||:
ৰাগ ।। ললিত
ধ্রুং - মাই খেলত গােপাল গােসাঁই।
কালিন্দী পুলিন বনহি যদুনন্দন।
ফিৰত গউৱা চৰাই।।
পদ- গজগতি গমন চলে জগজীৱন
গােধন আগু বলাই।
আনন্দে নন্দনন্দন পৰমানন্দ
মােহন বাংশী বজায়।।
সনক সনাতন যতহি যােগীজন।
যাকেৰি চৰণ ধিয়ায়।
সােহি নন্দনন্দন গােকুলমহ মিলল
দীন মাধৱে গুণ গায়।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
|| পদ ||:
- 4374 reads