ৰাগ - আশোৱাৰী
ধ্ৰুং- খেলত গোবিন্দ যশোৱাকু সংগে৷
মানৱী ভাৱ দেখাৱত ৰংগে ৷৷
পদ- সৃষ্টি স্হিতি লয় কাৰণ যোই৷
যাহাৰ লীলা জানত নাহি কোই৷৷
সোহি মহেশ্বৰ গোপকুমাৰা৷
লোক তাৰণ হেতু কৰত বিহাৰা৷৷
সোহি কৃপাময় দেৱক দেৱা৷
মুকুতি বিড়ম্বন যাকৰু সেৱা৷৷
নানান ৰসে খেলে সোহি দয়ালা৷
কহয় মাধৱ গতি নন্দকু বালা৷৷
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1807 reads