|| ঘোষা ||:
ৰাগ ।। আশােৱালী
ধ্রুং - বেসায়াে ভাৰতে হাট আউৰ বেলি নাটে।
চলিতে নিকট ভয়াে ভৰা দিয়াে ঝাণ্টে।।
|| পদ ||:
পদ- ভাৰত হাটত আছে অনেক দোকানি।
নিচিনি কিনিলে পুনু মিলিবে বিঘিনি।।
যৈতে তৈতে নথাকয় হৰিনাম ৰত্ন।
মহন্ত দোকানি ৰাখে কৰি মহা যত্ন।।
সাধু দোকানিৰ সংগে কৰিয়া যতন।
যাৱে বেলি তাৱে লেহু ৰাম নাম ৰতন।।
ভাৰত হাটত নৰ-নাৱ পটি যায়।
হুয়াে সাৱধান কৃষ্ণ কিংকৰ গায়।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2640 reads