সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি কৰো আমি মহা মূঢ় জন৷ আমি প্ৰভু তযু দাস আকে মানি জগবাস ক্ষমিয়োক শ্ৰীমধুসূদন৷৷ পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ অপৰাধ ভঞ্জন ঘোষা : ৪ up গুৰু বন্দনা › 10969 reads