[শ্ৰীমদ্ভাগৱতৰ দ্বিতীয় স্কন্ধৰ পদ ছন্দৰ কৃষ্ণভক্তি-মাহাত্ম্য কথনৰ পৰা উদ্ধৃত (শ্লোক : ২৪৮)]
শুনা সভাসদ পদ দ্বিতীয় স্কন্ধৰ।
একচিত্তে চৰণ চিন্তিয়ো গোৱিন্দৰ।৷
আন ধর্ম এৰি লোৱা হৰিগুণনাম।
কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম।৷
- 5326 reads