অপৰাধ বিনাশন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণে, আন গতি নাহিকে মৰণে৷ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিয়ো চৰণে৷৷ পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ অপৰাধ ভঞ্জন ঘোষা : ৩ up অপৰাধ ভঞ্জন ঘোষা : ৫ › 21551 reads