মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ৷ ক্ষমিয়োক হৰি লৈয়ো দাস কৰি পশিলো হেৰা শৰণ৷৷ হে কৃষ্ণ স্বামী তযু পাৱে আমি কেৱলে শৰণে চাওঁ৷ কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেসে প্ৰভু এৰাওঁ৷৷ পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ অপৰাধ ভঞ্জন ঘোষা : ১ up অপৰাধ ভঞ্জন ঘোষা : ৩ › 13123 reads