যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো৷ শ্ৰৱণ কীৰ্ত্তন নিৰ্ম্মল ভকতি কাকূতি কৰিয়া মাগো৷৷ দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি৷ দান্তে তৃণ ধৰো চৰণত পৰো৷ নেৰিবা মোক মুৰাৰি৷৷ পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ অপৰাধ ভঞ্জন ঘোষা : ২ up অপৰাধ ভঞ্জন ঘোষা : ৪ › 10053 reads