|| ঘোষা ||:
এ ভাৱক ভাই ভজ ভগৱন্ত ভকতিভাৱে |
ভগৱন্ত ভজিয়া পৰম গতি পাৱে ||৯৯৭
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
|| পদ ||:
ভগৱন্ত নভজি চলয় যম-ঠাৱে |
ভগৱন্ত-ভকতক শমনে নধাৱে ||৯৯৮
ভগৱন্ত ভজিয়া জনম বাহুড়াৱে |
আন যত সৱে মিছা ভক্তিৰ অভাৱে ||৯৯৯
জানিয়া ভজিয়ো ভাই ভগৱন্ত-পাৱে |
এহু ৰস মাধৱ মূৰুখমতি গাৱে ||১০০০
- 9310 reads