আপুন নামক বহুতৰ কৰি নিজ সৰ্ব্ব শক্তি দিয়া
কালৰ নিয়ম নিবিহিলা স্মৰণত |
এতাদৃশী তৱ কৃপা হৰি মোহোৰ দুৰ্দৈৱ দেখা কিনো
অনুৰাগ প্ৰভু নভৈল তযু নামত ||৬৭৭
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3068 reads