|| ঘোষা ||:
কৰুণাময় ৰাম কৰুণাময়।
কৰিয়ো কৃপা যেন উচিত হয়।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
|| পদ ||:
তুমিসে ৰাম কৃপাৰসেৰ নিধি।
তেমাৰ কৃপা বিনে নাহিকে সিদ্ধি।।
তোমাৰ কৃপাকেশে কৰিছো আশ।
অৰুণ পদতলে দিয়োক বাস।।
সহজে তুমি ৰাম কৰুণা সিন্ধু।
তোমাত বিনে আন নাহিকে বন্ধু।।
*তোমাৰ কৃপালেশে আমাৰ গতি।
কহয় মাধৱ মুৰুখ মতি।। *(ঘুষিব লাগে)
- 7558 reads