অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাক দোষ জানিবাহা ইহাক নিশ্চয় | পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল তাৰ একো নাহিকে নিৰ্ণয় ||৫৯৮ পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ ছবি up ছবি : ভগৱন্ত-ভক্তি-যুক্ত পুৰুষৰ আত্ম-বোধ (লেছাৰি ছন্দ) › 4352 reads